প্ৰচাৰ মাধ্যমপ্ৰচাৰ-অভিযান
প্ৰচাৰ হ (Assamese) [ Roman: pro.sar ho]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-24
English: circulate, promulgate, spread,
Assamese: ঢক উঠ্, ঢক ফুট্, প্ৰচাৰ হ, প্ৰচাৰিত হ, ফুটিফাটি যা, বিয়পি পৰ্, বিয়প্, মুখ বাগৰ্, ৰাষ্ট্ৰ হ, ৰৌঢ়ি ফুট্
প্ৰচাৰ হ (Assamese) [ Roman: pro.sar ho]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-24
1. (Verb-Trans.) (a news) to pass from place to place, from person to person এঠাইৰ পৰা সিঠাই বা এজনৰ পৰা আনজনলৈ কথা বা কোবো বস্তু যোৱা